Swahid

কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে শুনানি দিলে কা' আন্দোলনৰ শ্বহীদ ছেম ষ্টেৰ্ফডৰ মৃত্যুৰ গোচৰৰ। শুনানিৰ মতে ছেম ষ্টেফ'ৰ্ডৰ মৃত্যুৰ ঘটনাত কোন জড়িত তাৰ কোনো তখ্য নাই। মূল অভিযুক্ত ADGPজি পি সিঙক দোষমুক্ত ঘোষনা। তথ্যৰ মতে ছেম ষ্টেৰ্ফডৰ মৃত্যু শ্বক আৰু মগজুৰ ৰক্তক্ষৰণৰ ফলত হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ আছে এই তথ্য । ADGP জি পি সিঙৰ বিৰুদ্ধে কোনোধৰণৰ তথ্য প্ৰমাণ নাপালে আদালতে। লগতে সমগ্ৰ ঘটনাত কোন জড়িত তাৰো কোনো তথ্য নাই বুলি উল্লেখ শুনানিত। পিতৃ বিজু ষ্টেফৰ্ডে দাখিল কৰা গোচৰৰ ভিত্তিত এই শুনানি আদালতৰ। সমান্তৰালভাৱে ছেম ষ্টেৰ্ফডৰ দৰিদ্ৰ পৰিয়ালটোক শীঘ্ৰেই আইনী সাহাৰ্যৰ লগতে অন্যা