Water Treatment Technology

আমেৰিকাত উজলিল অসমৰ হৰ্ষিতা। পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন পৰিৱেশ বিজ্ঞানী ড০ হৰ্ষিতা গগৈৰ।

জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে কৰা এই পানী পৰিশোধন প্ৰযুক্তিৰ দ্বাৰা বৰ্জিত পানীত মিহলি হৈ থকা অতি বিষাক্ত পদাৰ্থ পৰিশোধন কৰিব পাৰিব। ড০ হৰ্ষিতা গগৈৰ এই নতুন প্ৰযুক্তিয়ে পানী পৰিশোধনৰ ক্ষেত্ৰত পৰিবৰ্তন আনিব বুলিও আশা কৰা হৈছে।