Press Release

অসমবাসীলৈ সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ বিশেষ ঘোষণা। এক প্ৰেছ বিবৃতিযোগে আলফা(স্বাঃ)য়ে ঘোষণা কৰিলে অস্ত্ৰ বিৰতিৰ কথা।

উল্লেখ্য যে, ১৪ মে', ২০২১ তাৰিখৰ পৰা বাহাল ৰখা একপক্ষ অস্ত্ৰ বিৰতিৰ ম্যাদ অসমৰ জনস্বাৰ্থৰ খাতিৰত আজিৰ পৰা বলবৎ হোৱাকৈ পুনৰ আগন্তুক তিনি মাহলৈ বৃদ্ধি কৰা হৈছে।  উক্ত সময়ছোৱাত সংগঠনটোৱে সকলো ধৰণৰ সামৰিক কাৰ্য্যকলাপৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰে।

দেওবাৰে, সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)য়ে এক বিবৃতিযোগে ঘোষণা কৰে এই কথা।