Mental Harassment

ৰাজনৈতিক বেহুৰ মাজত লাভলীনা বৰগোহাঁই৷ কমন ৱেলথৰ পূৰ্বে বিস্ফোৰণ লাভলীনাৰ, ভাৰতীয় বক্সিং সন্থাৰ বিৰুদ্ধে লাভলীনাৰ বিস্ফোৰণ৷ মানসিক হাৰাশাস্তিত ভুগিছে লাভলীনা বৰগোহাঁই…

লাভলীনাই সামাজিক মাধ্যমত উল্লেখ কৰিছে যে

‘‘বহু দুখেৰে জনাও যে মই হাৰাশাস্তিৰ সন্মুখীন হৈছো। অলিম্পিক পদক পাবলৈ যিকেইগৰাকী প্ৰশিক্ষকৰ জৰিয়তে মই সক্ষম হৈছিলো তেওঁলোকক আঁতৰাই মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াক বাধা দিয়া হৈছে। এওঁলোকৰ ভিতৰত এগৰাকী প্ৰশিক্ষক দ্ৰোণাচাৰ্য বঁটাপ্ৰাপক সন্ধ্যা গুৰুংজী।