HSLC Exam Results 2022

২০২২ৰ HSLC পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.৪৯%

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৮.৮০%

ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯%

পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,০৫,৫৮২গৰাকী

প্ৰথম বিভাগত উত্তীৰ্ণ ৬৫,১৭৬গৰাকী

দ্বিতীয় বিভাগত উত্তীৰ্ণ ৯৯,৮৫৪গৰাকী

তৃতীয় বিভাগত উত্তীৰ্ণ ৬৪,১০১গৰাকী