Sheena Bora murder case

◾ শ্বীনা বৰা হত্যাকাণ্ডৰ নতুন মোৰ!

◾ ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন মঞ্জুৰ

◾ উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ইন্দ্ৰাণী মুখাৰ্জীৰ

◾ শ্বীনা বৰা হত্যাকাণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

◾ প্ৰায় ৭ বছৰ ধৰি কাৰাবন্দী হৈ আছিল ইন্দ্ৰাণী মুখাৰ্জী

◾ অভিযুক্ত পিটাৰ মুখাৰ্জীয়ে ইতিমধ্যে লাভ কৰিছে জামিন

◾ যোৱা ফেব্ৰুৱাৰীত জামিনৰ বাবে আবেদন জনাইছিল ইন্দ্ৰাণী মুখাৰ্জীয়ে