Duliajan

দুলীয়াজানৰ পৰিস্থিতি অপৰিৱৰ্তিত

২য় দিনাও ধাৰাষাৰে নিৰ্গমন হৈ আছে প্ৰাকৃতিক গেছ

দিনে-ৰাতিয়ে চেষ্টা অব্যাহত ৰাখিছে অইলৰ বিশেষজ্ঞই

এই পৰ্যন্ত সফল হোৱা নাই গেছ নিৰ্গমন বন্ধ কৰিবলৈ

তেল চুৰি চক্ৰৰ কূটাঘাতৰ বাবেই এই ভয়ংকৰ ঘটনা

ঘটনাস্থলীৰ অৱস্থাৰ বুজ ল’লে বিধায়ক তেৰছ গোৱালাই