Bus fare

মূল্যবৃদ্ধি, টোলটেক্সৰ মাজতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আহিল মটৰ পৰিবহন সন্থাৰ এখন বিশেষ পত্র। পত্ৰখনে খলকনি তুলিছে সাধাৰণ জনতাৰ মাজত। শীঘ্রে পুনৰ বৃদ্ধি পাব যাত্ৰীবাহী যান-বাহনৰ ভাড়া।