Kokrajhar Police

এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে কোকৰাঝাৰৰ শান্তি নগৰত । দেওবাৰে নিশা দুৰ্বৃত্তই হানি-খুঁচি হত্যা কৰে এজন গৃহৰক্ষী জোৱানক। নিহত গৃহৰক্ষী জোৱানজন চিৰাং জিলাৰ গুৰুভাষা ৰাবনঘাট গাঁৱৰ বাসুদেৱ কিস্কু বুলি চিনাক্ত হৈছে।

জানিব পৰা মতে, নিহত গৃহৰক্ষী জোৱান বাসুদেৱ কিস্কু চিৰাঙৰ বেংতল আৰক্ষী চকীত কৰ্মৰত আছিল।

বাসুদেৱ কিস্কুক ফোন কৰি মাতি আনি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। কোকৰাঝাৰৰ আমগুৰিৰ দাব্লে গাঁৱত হত্যা কৰাৰ অভিযোগ।