unesco world heritage sites

মেঘালয়ৰ লিভিং ৰুট ব্ৰীজ, য'ত ৰাজ্যখনৰ ৭০তকৈও অধিক সম্প্ৰদায়ে বাস কৰে, ইউনেস্কোই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অস্থায়ীভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। 

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠনৰ বিশ্ব ঐতিহাসিক স্থানৰ অস্থায়ী তালিকাত বিখ্যাত জীৱিত শিপা দলংসমূহ অন্তৰ্ভুক্ত কৰাত আনন্দিত হৈ টুইট কৰি কয়, "আমাৰ 'জিংকিয়েং জুৰি: লিভিং ৰুট ব্ৰীজ কালচাৰেল লেণ্ডস্কেপছ অৱ মেঘালয়' @UNESCO বিশ্ব ঐতিহ্যক্ষেত্ৰৰ অস্থায়ী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি ঘোষণা কৰি মই আনন্দিত হৈছো।"