Contractor

নিশা চান্দমাৰীস্থিত লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি।

বিল বিচাৰি নিশা ১ বজাত কাৰ্যালয়ত ঠিকাদাৰৰ ভিৰ কৰে একাংশ ঠিকাদাৰে।

কেমেৰা দেখি পলায়ন কৰে বহু ঠিকাদাৰ কৰ্মচাৰীয়ে।

বিল অনাদায়কলৈ কৰ্যালয়ত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ঠিকাদাৰসকলে।

নিশা ১ বজালৈ কাৰ্যালয়ত উপস্থিত থাকে মুখ্য অভিযন্তাৰ লগতে আন বিষয়া কৰ্মচাৰী। ইয়াৰ বিপৰীত মন্তব্য  মুখ্য অভিযন্তা গৰাকীৰ,  মুখ্য অভিযন্তা গৰাকীয়ে সাংবাদিকৰ আগত বাজেটৰ বাবে দিনে নিশাই কাম কৰা বুলি মন্তব্য কৰে।