ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট বি-টাউনৰ আটাইতকৈ চৰ্চিত তাৰকা দম্পতিসকলৰ মাজৰ এটা।
প্ৰেমিক চৰাই হালৰ বিবাহক লৈ দীৰ্ঘদিন ধৰি বলীউডত বহুতো জল্পনা-কল্পনা চলি আহিছে। ক'ৰোনা মহামাৰীৰ বাবে তেওঁলোকৰ বিবাহ পিছুৱাই দিয়া হৈছিল। কিন্তু আলিয়াই ইতিমধ্যে কৈছে যে ৰণবীৰ আৰু তেওঁ বিবাহিত।
