Nripen Saikia

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ ভাৰত গঢ়াৰ সপোন যেন এতিয়া পূৰণ কৰিবলৈ হেঁপাহ এজন দক্ষ আৰক্ষী বিষয়াৰ।

এইয়া কোনো ৰিজৰ্ট কিম্বা পার্ক নহয় এইয়া হ’ল বশিষ্ঠ আৰক্ষীৰ যান বাহন আৰক্ষী থানাৰ চৌপাশৰহে দৃশ্য। আৰক্ষী বিষয়া বুলি ক’লে মনলৈ আহে ৰাজপথত ধন সংগ্ৰহ কৰাৰ, নানান অভিযোগ। তাৰ বিপৰীতে নিৰবে কৰি গৈছে স্বচ্ছতাৰ কাম কাজ।