Paragliding

তিনিচুকীয়াত শোকাৱহ ঘটনা। পেৰাছেইলিংৰ পৰা পৰি এজন লোকৰ মৃত্যু।

এই ঘটনা গুজিয়ানৰ ডিব্ৰু নৈৰ সমীপৰ স্কাইলেণ্ড ৰিজ’ৰ্টত সংঘটিত হয়। খবৰ অনুসৰি, পেৰাছেইলিংৰ পৰা সৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ। মৃত্যু পংকজ গগৈৰ ঘৰ লখিমপুৰৰ নাওবৈছাত। 

উল্লেখযোগ্য যে, অবৈধ পেৰাছেইলিংৰ অভিযোগ আছে স্কাইলেণ্ডৰ বিৰুদ্ধে, প্ৰশাসনে বন্ধ কৰাৰ পিছতো চলি আছে স্কাইলেণ্ড ৰিজ’ৰ্ট।

Skyland Resort