Indian nationalist

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপজা দিন। সুভাষ চন্দ্ৰ বসু অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা আছিল। তেওঁ আছিল এজন স্বাধীনতা সংগ্রামৰ এজন নির্ভীক নেতা। সুভাষচন্দ্র বসু তেওঁৰ অসাধাৰণ ওকালতি আৰু সমাজতান্ত্ৰিক নীতিৰ বাবে জনাজাত আছিল। তেওঁ নিজৰ অভিনব পন্থা, অসাধাৰণ সাংগঠনিক শক্তি প্রভৃতিয়ে সমগ্র ভাৰতবর্ষৰ জনপ্রিয় হৈ পৰিছিল।

১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত সুভাষ চন্দ্ৰ বসু জন্ম হৈছিল। তেওঁৰ দেউতাক জানকী নাথ বসু এগৰাকী বিখ্যাত উকীল আছিল আৰু তেওঁৰ মাতৃ প্ৰভাবতী বসু এগৰাকী ধাৰ্মিক মহিলা আছিল।