Dr. Jayaprakash Muliyil

"আমি বেছিভাগেই অ’মিক্ৰণত আক্ৰান্ত হ’ম, কিন্তু গমেই নাপাম আক্ৰান্ত হোৱাৰ কথা"- এই কথা ক'লে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ক’ভিড টাস্ক ফ’ৰ্চৰ উপদেষ্টা ডাঃ জয়প্ৰকাশ মুলিয়িলে।