Rural Health Inspector

সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী কোষ সঞ্চালয়ে মঙলবাৰে গ্ৰাম্য স্বাস্থ্য পৰিদৰ্শকৰ এজন কৰ্মচাৰীক উৎকোচ লৈ থকা সময়ত আটক কৰে। 

উল্লেখ্য় যে, মৃত্যুৰ প্ৰমাণপত্ৰ জাৰী কৰাৰ বাবে উৎকোচ লৈছিল বিষয়াজনে। অভিযুক্তজনক হিতেশ ডেকা বুলি চিনাক্ত কৰা হৈছে।

কামৰূপৰ গ্ৰাম্যঅঞ্চলৰ ৰাণী কমিউনিটি হেল্থ চেণ্টাৰৰ স্বাস্থ্য পৰিদৰ্শক হিচাপে আছিল হিতেশ ডেকা।