Om Birla

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কমনৱেল্থ পাৰ্লিয়ামেণ্টৰী সংস্থাৰ মধ্য বাৰ্ষিকী সভা।

অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে কমনৱেল্থ পাৰ্লিয়ামেণ্টৰী সংস্থাৰ সভা।

ব্ৰিটিছৰ অধীনত থকা মুঠ ৫৩ খন দেশৰ প্ৰতিনিধি উপস্থিত থাকিব সভাত।

উপস্থিত  লোকসভাৰ অধ্যক্ষ ওম বিৰলা।

Om Birla

দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বাবে সজাই পৰাই তোলো হৈছে বিধানসভা চৌহদ।