IAF Mi-17V5 helicopter

বুধবাৰে তামিলনাডুৰ কুনুৰত প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল বিপিন ৰাৱাটকে ধৰি চাৰিজন লোকৰ সৈতে আইএএফৰ এখন এমআই১৭ ভি৫ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।

তথ্য় অনুসৰি, দুৰ্ঘটনাটোৰ পৰা কমেও তিনিজন আহত লোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আনহাতে ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, কিন্তু তেওঁলোকৰ পৰিচয় এতিয়াও নিশ্চিত কৰা হোৱা নাই।

দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ (কইম্বাটুৰ আৰু চুলুৰৰ মাজত য'ত এটা সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল)।