Wild Elephant Death

এক শোকাৱহ ঘটনাত এখন পথাৰৰ পৰা এটা বনৰীয়া হাতীৰ মৃত দেহাৱশেষ উদ্ধাৰ কৰা হয়।

ঘটনাটো শনিবাৰে নগাঁও জিলাৰ চামাগুৰিৰ ভেলিউগুৰি অঞ্চলৰ এখন পথাৰৰ।
অসাৱধানতাৰে ওলমি থকা হাই ভল্টেজ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত নিহত হোৱা হাতীটোৰ মৃতদেহ স্থানীয় লোকে প্ৰত্য়েক্ষ কৰে।

ইফালে, ৰাজ্যখনত আন এটা হাতীৰ মৃত্যুৰ বাবে পুনৰ বিদ্যুৎ বিভাগে ঘোৰ অৱহেলাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।