poorest states

শুকুৰবাৰে প্ৰকাশিত নীতি আয়োগৰ প্ৰথম বহুমাত্ৰিক দৰিদ্ৰতা সূচক অনুসৰি অসমক উত্তৰ-পূব অঞ্চলৰ মেঘালয়ৰ পিছত আটাইতকৈ দৰিদ্ৰ ৰাজ্য হিচাপে তালিকাভুক্ত কৰা হৈছে।

এই খবৰটোৱে ৰাজ্যখনৰ এখন ভাল ছবি প্ৰদান নকৰে, ইতিমধ্যেই ৰাজ্য়খনে ভূ-ৰাজনৈতিক, আৰ্থ-সামাজিক সমস্যাৰ সন্মুখীন হৈছে।

poorest state