Online fraud

◼ মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জাল
◼ OLXত ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰৱঞ্চকে লুটিলে ধন
◼ ৰুবী কটকী নামৰ চিকিৎসক গৰাকীৰ পৰা ধন লুট
◼ ৭৭৩৫৭২৯৯৫০ নম্বৰৰ পৰা প্ৰৱঞ্চকে কৰিছিল ফোন
◼ নীতিশ কুমাৰ নামৰ এজন লোকে কৰিছিল ফোন
◼ Google Payৰ জৰিয়তে প্ৰৱঞ্চনাৰে সৰকালে ৮০হাজাৰ টকা
◼ ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত গোচৰ ৰুজু