অনলাইন ঋণৰ নামত প্ৰৱঞ্চকৰ ভয়ংকৰ জাল! দিকবিদিক হেৰুৱাইছে গুৱাহাটীৰ সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই

Bhaskarjyoti Hazarika

◼️ অনলাইন ঋণ নামত প্ৰৱঞ্চকৰ ভয়ংকৰ জাল
◼️ জালত ভৰি থৈ দিকবিদিক হেৰুৱাইছে সাংবাদিক, আৰক্ষী, চিকিৎসকৰ লগতে সাধাৰণ লোকে 
◼️ প্ৰথমে ঋণ দিয়াৰ নামত গ্ৰাহকৰ নথি-পত্ৰ সংগ্ৰহ কৰে চক্ৰটোৱে
◼️ তাৰ পাছত ঋণ দিয়াৰ বিপৰীতে আৰম্ভ কৰে ব্লেকমেইলিং
◼️ মিছাকৈ ঋণ লোৱা বুলি কৈ ঋণৰ ধন পৰিশোধ কৰিবলৈ দিয়ে মানসিক হেচা 
◼️ দাবী কৰা ধন নিদিলে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই চক্ৰটোৱে 
◼️ আনকি ধৰ্ষণকাৰী, হত্যাকাৰী বুলি ভুৱা মেছেজ ভাইৰেল কৰে চক্ৰটোৱে
◼️ শেহতীয়াকৈ চক্ৰটোৰ টাৰ্গেট হৈছে গুৱাহাটীৰ সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকা
◼️ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকগৰাকীৰ
 

Category
Profile picture for user UB Photos