Bailley

সাৱধান! আপুনি ক্ৰয় কৰি মিনাৰেল ৱাটাৰ বুলি খাই থকা পানী দমকল আৰু কুৱাৰ পানীহে।

মহানগৰীত খোৱাপানীৰ নামত বৰবিহ। মিনাৰেল ৱাটাৰৰ নামত অসাধু ব্যৱসায়ীৰ ৰমৰমীয়া বেহা

দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহে এই কথা। নুনমাটি আৰক্ষীৰ জালত ধৃত আব্দুল কৰিম, জাকিৰ হুছেইন।

BAILLEY কোম্পানীৰ নামত অসাধু ব্যৱসায়ীয়ে চলাই আছিল ব্যৱসায়। পুৰণি বটলত নতুন ছিল লগাই গ্ৰাহকক প্ৰবঞ্চনা কৰি আহিছিল এই ব্যৱসায়ীসকলে। BAILLEY কৰ্তৃপক্ষৰ তৎপৰতাত পোহৰলৈ আহে সমগ্র ঘটনা