NIA

ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দেশজুৰি অভিযান

NIAই চলালে কেইবাখনো ৰাজ্যত সমান্তৰাল অভিযান

গাজোৱা-ই-হিন্দ সন্ত্ৰাসবাদৰ বিৰুদ্ধে NIAৰ অভিযান

বহুসংখ্যক আপত্তিজনক নথি-পত্ৰ, ডিজিটেল ডিভাইচ জব্দ

গাজোৱা-ই-হিন্দৰ সমৰ্থকৰ লগত পাকিস্তানৰ সম্পৰ্কৰ তথ্য

উল্লেখনীয় যে ভাৰত উপ-মহাদেশক সম্পূৰ্ণৰূপে ইছলামৰ দখললৈ অনাৰ পাকিস্তানৰ পৰা আৰম্ভ হোৱা এক চক্ৰান্ত যোৱা বছৰ পোহৰলৈ আহিছিল বিহাৰত। গাজোৱা-ই-হিন্দ শীৰ্ষক এই ষড়যন্ত্ৰৰ অংশ হিচাপে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ বহু তথ্য বিহাৰ আৰক্ষীয়ে লাভ কৰিছিল। ইয়াৰ পিছতে বিষয়টো NIAৰ অধীনলৈ অনা হয়।