The Brahmaputra

তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
বহু দুৰলৈকে মাথোঁ শুকুলা বলুকা
যোৰহাটত অনিশ্চয়তাৰ মাজত  ৩৬০ কোটি টকীয়া প্ৰকল্প
জলস্তৰ হ্ৰাস পোৱাত পানী যোগান কেন্দ্ৰলৈ অশনি সংকেত
তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ।বহু দুৰলৈকে মাথো শুকুলা বলুকা।যোৰহাটত অনিশ্চয়তাৰ মাজত  ৩৬০ কোটি টকীয়া  প্ৰকল্প।মহাবাহু ব্ৰহ্মপুত্ৰ ৰ জলৰাশি দ্ৰুত গতিত শুকাই অহাত অশনি সংকেত কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰ ৰ পৰা পানী যোগান ধৰা যোৰহাট গ্ৰামাঞ্চলত বিতৰণ কৰিব লগীয়া ৩৬০ কোটি টকীয়া খোৱা পানী যোগান দিয়া প্ৰকল্পটোলৈ।