ভাৰত বন্ধ ঘোষণা ! ১২ ফেব্ৰুৱাৰীত বন্ধ ৰাখিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰি আন আন কাম- কাজ তথা অফিচ- কাছাৰী। বন্ধ আহ্বান ।যান- বাহন চলাচলো
কিয়নো১২ ফেব্ৰুৱাৰীত দেশৰ ১০ টা ট্ৰেড সংগঠনে ধৰ্মঘট কৰাৰ হুংকাৰ প্ৰদান কৰিছে। দেশজুৰি হ’ব লগা এই ধৰ্মঘটত অংশ ল’ব কোটিৰো অধিক শ্ৰমিকে। ইতিমধ্যে এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰিছে শ্ৰমিক সংগঠনকেইটাই।
বন্ধ আহ্বান কৰা শ্ৰমিক সংগঠনকেইটা হৈছে- INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF আৰু UTUC।
- Read more about ১২ ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা !
- Log in to post comments