High Court

অনুকম্পামূলক নিযুক্তি বাতিল কৰি ন্যায়ালয়ৰ ৰোষত ৰাজ্য চৰকাৰ
অনুকম্পামূলক নিযুক্তিত চৰকাৰে বান্ধি দিছিল কেতবোৰ নিয়ম
২০১৭ৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ সন্তানে নাপাব নিযুক্তি
কৰ্মচাৰীৰ পৰিয়ালে লাভ নকৰে সম্পূৰ্ণ পেঞ্চন
২০১৭ৰ পিছত মৃত্যু কৰ্মচাৰীৰ পৰিয়ালে পাব পেঞ্চন
নিযুক্তিৰ বাবে আবেদন DLC বা SLCত বিবেচনা কৰা নহ’ব
শিক্ষা বিভাগৰ ১৪ কৰ্মচাৰীয়ে ন্যায়ালয়ত দাখিল কৰিছিল আবেদন
সংবিধানৰ ১৪নং অনুচ্ছেদ ভংগ কৰাৰ অভিযোগ 
৮ সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিব লাগিব ৰাজ্য চৰকাৰে