উচ্চ ন্যায়ালয়ত অখিল গগৈৰ গোচৰৰ শুনানি।
তিনিজনিয়া খণ্ড পিঠে ১০নৱেম্বৰ ধাৰ্য্য কৰিলে পৰবৰ্তী তাৰিখ।
NIA কৰা বিশেষ আবেদনৰ বিপৰীতে শুনানি গ্ৰহণ।
CAA আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈসহ একাংশ নেতা।
চান্দমাৰি আৰু চাবুৱা থানাত পঞ্জীয়ন হৈছিল গোচৰ।
NIAৰ বিশেষ আদালতে দুয়োটা গোচৰত তেওঁলোকক দোষমুক্ত কৰিছিল।
ইয়াৰ বিপৰিতে NIAএ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।
Category
- Log in to post comments