Agent Kills Restaurant Owner

অনলাইন খাদ্যৰ প্লেটফৰ্ম Swiggyৰ ডেলিভাৰী এজেন্টে ৰেষ্টুৰেন্টৰ মালিকক হত্যা কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ সমীপৱৰ্তী নয়দাত।