Bangladesh PM

মৃত্যুৰ মুখৰ পৰা বাচি আহিছিল শ্বেখ হাছিনা
মাত্ৰ ২০-২৫ মিনিটৰ ব্যৱধানত প্ৰাণ ৰক্ষা পৰিছিল হাছিনাৰ
অডিঅ’ বাৰ্তাযোগে প্ৰকাশ বাংলাদেশৰ প্ৰাঃ প্ৰধানমন্ত্ৰীগৰাকীৰ
আক্ৰমণৰ সময়ত লগত আছিল শ্বেখ হাছিনাৰ ভগ্নীও
হাছিনাৰ লগতে ভগ্নীক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ 
প্ৰথমবাৰৰ বাবে দিল্লীৰ পৰা অডিঅ’ বাৰ্তা শ্বেখ হাছিনাৰ
২০২৪ৰ ৫ আগষ্টত দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনাই