
অহা ৪ জুলাই অৰ্থাৎ মঙলবাৰে অসম ভ্ৰমণ কৰিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। এই ভ্ৰমণকালত তেখেতে আইআইটি গুৱাহাটীৰ ২৫তম সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, গুৱাহাটীত উপস্থিত হোৱাৰ পিছত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাওনা হ’ব নীলাচল পাহাৰলৈ, তাত তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰি "মা" ৰ আশীষ ল'ব ।
Category
- Log in to post comments