'গ্ৰীষ্মৰ বন্ধত পাঠদান সন্দৰ্ভত দিয়া হোৱা নাই কোনো নিৰ্দেশনা।'-টুইটযোগে স্পষ্ট শিক্ষামন্ত্ৰীৰ। 

Ranoj pegu

গ্ৰীস্মৰ বন্ধত পাঠদান  সন্দৰ্ভত জাৰী কৰা হোৱা নাই কোনো নিৰ্দেশনা। বিদ্যালয় শিক্ষা বিভাগ বা সমগ্ৰ শিক্ষা অভিযানে দিয়া নাই নিৰ্দেশনা।

1

স্বেচ্ছাই আগ্ৰহী শিক্ষকক পৰিপূৰক শ্ৰেণী বা সহপাঠ্যক্ৰমৰ কাৰ্যকলাপৰ বাবে পৰামৰ্শ। টুইটযোগে এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। 
 

Category
Profile picture for user UB Photos