ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল, বিজ্ঞান শাখাৰ শীৰ্ষ দহত কোন কোন? 

Assam

ঘোষণা কৰা হ'ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে AHSEC য়ে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ। বিজ্ঞান শাখাৰ শীৰ্ষ দহ স্থানত আছে ১৬ গৰাকী শিক্ষাৰ্থী। শীৰ্ষ দহত থকা শিক্ষাৰ্থী সকলৰ নাম তলত উল্লেখ কৰা হ'ল-

প্ৰথম স্থান –
নিখিলেশ দত্ত (৪৮৪), নন ইনষ্টিটিউচনেল প্ৰাইভেট

দ্বিতীয় স্থান –
অৰিজিৎ ৰয় (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
বিশ্বজ্যোতি দাস (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
ৰিষভ উপাধ্যায় (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

তৃতীয় স্থান –
প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া (৪৭৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

চতুৰ্থ স্থান –
সত্যজিৎ কামান (৪৭৮), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

পঞ্চম স্থান –
গৌৰাংগজিৎ গগৈ (৪৭৪), এলিট একাডেমী, চৰাইদেউ

ষষ্ঠ স্থান –
ভাৰ্গৱ শিৱম (৪৭৩), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
সপ্তম স্থান –
বিকাশজ্যোতি চহৰীয়া (৪৭২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

অষ্টম স্থান –
শতৰূপা বৰকাকতি (৪৭১), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

নৱম স্থান –
শয়ন পোদ্দাৰ (৪৭০), কটন বিশ্ববিদ্যালয়, গুৱাহাটী
হিমানিশ দত্ত (৪৭০), আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
কাশ্যপ গগৈ (৪৭০), বেদ একাডেমী (নাজিৰা), শিৱসাগৰ

দশম স্থান –
নবীন শ্বা (৪৬৯), শিশু পাঠশালা এইছ এচ স্কুল, ধুবুৰী
কৃষা ডেকা (৪৬৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
অভিলাষা হিমাশ্ৰী দাস (৪৬৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

Category
Profile picture for user UB Photos