‘গান নহয় গায়িকা চাইহে দিয়া হৈছে বটাঁ’- বিমল বৰা

Nahid

অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে মন্তব্য মন্ত্ৰী বিমল বৰাৰ।বিমল বৰাই কয়- বঁটাসমূহ বিতৰণ কৰিবলৈ চলচ্চিত্ৰৰ সৈতে জড়িত লোক সকলক লগত লৈ পেনেল প্ৰস্তুত কৰা হয়। নাহিদ আফ্ৰিনৰ নাম মনোনয়ন কৰিছে প্ৰযোজক পৰিচালকে। মনোনয়নৰ ভিত্তিতেই প্ৰদান কৰা হয় এই বিশেষ বঁটা। Female play back singer ৰ শিতানত নাহিদ আফ্ৰিনৰ নামে মনোনয়ন‌ কৰা হৈছিল। বঁটাতো নাহিদ আফ্ৰিনৰ বাবেই হয় কিন্তু গীতটি বেলেগ আছিলনাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিয়াৰ প্ৰয়োজন নাই।গীতৰ বাবে নহয় গায়িকাৰ বাবেহে প্ৰদান কৰা হৈছে বঁটা

 

Category
Profile picture for user UB Photos