গৰ্ভাৱস্থাত অত্যাধিক পৰিমাণৰ নিমখ গ্ৰহণ নকৰিব! নহ’লে হ’ব পাৰে আপোনাৰ বিপদ!

Pregnant

গৰ্ভাৱস্থাৰ সময়ত নিশ্চিতভাৱে নিমখ গ্ৰহণ কৰিব লাগে, কিন্তু ইয়াক সীমিত পৰিমাণত গ্ৰহণ কৰা উচিত। গৰ্ভাৱস্থাত প্ৰতিগৰাকী মহিলাই প্ৰতিদিনে ৩.৮ গ্ৰাম নিমখ গ্ৰহণ কৰিব লাগে। নিশ্চিত কৰিব যাতে আপুনি এদিনত ৫.৮ গ্ৰামতকৈ অধিক নিমখ গ্ৰহণ নকৰে, কাৰণ প্ৰয়োজনতকৈ অধিক নিমখ সেৱনে অপকাৰ কৰিব পাৰে আপোনাৰ।

ক) অত্যাধিক নিমখ সেৱনে শৰীৰৰ পানী ধৰি ৰখাত সমস্যাৰ সৃষ্টি হব পাৰে। ফলত গৰ্ভাৱস্থাৰ সময়ত হাত-ভৰি, মুখ আদি ফুলা সমস্যা হব পাৰে।

খ)অত্যাধিক নিমখ সেৱন কৰিলেও উচ্চ ৰক্তচাপ হব পাৰে।

গ)অত্যাধিক নিমখ সেৱন কৰিলে সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে, 'ত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে কেলছিয়াম বাহিৰলৈ ওলাই যায়

Category