ৰামচন্দ্ৰ হ'বলৈ সাজু জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ! জীৱনৰ নতুন ইনিংচত ভৰি দিলে আচুৰ্যই

Archujya BORPATRA

আজি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই জীৱনৰ আন এক অধ্যায়ত খোজ পেলালে। যোৰহাটৰ এটা বিবাহ ভবনত অনুষ্ঠিত কৰিলে আঙঠি পিন্ধোৱা পৰ্ব।দেৰগাঁৱৰ জীয়ৰী মীনাক্ষী বৰঠাকুৰক আঙুঠি পিন্ধাই গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিলে কণ্ঠশিল্পী গৰাকীয়ে। কণ্ঠশিল্পীজনৰ এই সুখবৰত অনুৰাগীসকলো উল্লাসিত হৈ পৰিছে।

Category
Profile picture for user UB Photos