সুকীয়া এই সুৱাদ! সুকীয়া মেঘালয়ৰ কমলা!

Orange

শীত মানেই কমলা! কমলাৰ নাম শুনিলে হয়তো আপোনাৰো জিভাৰ পানী পৰে।

Meghalaya

কমলাৰ টেঙা-মিঠা সুৱাদ সকলোৰেই প্ৰিয়। কিন্তু উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ৰ কমলাৰ সুৱাদ কিন্তু বেলেগতকৈ সুকীয়া।

Man

এই অঞ্চলৰ কমলা প্ৰায় ৰসাল আৰু মিঠা হয়। বজাৰত মেঘালয়ৰ কমলাৰহে চাহিদা বেছি। 

Orange Meghalaya

এই ছবি কেইখন অসম-মেঘালয় সীমান্তৰ এখন কমলাৰ বাগিচাৰ। 

Women

 

Category
Profile picture for user UB Photos