সংগীতানুষ্ঠানৰ মাজতেই খং উঠিল দীপলিনাৰ! দৰ্শকক ক'লে আপোনালোকে আমাক সন্মান দিব নাজানে

Deeplina Deka

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সংগীতানুষ্ঠানত পুনৰ ঘটিল অঘটন। সংগীত গোৱাৰ মাজতেই কথা কৈ আছিল দীপলিনাই তেনেকুৱাতেই দৰ্শকৰ ফালৰ পৰা ভাঁহি আহিল 'গান গা'। এই কথা শুনি দীপলিনা ডেকাই প্ৰত্যুত্তৰ দিলে। জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে ক'লে মই এটা গুৰুত্বপূৰ্ণ কথা কৈ আছো আৰু আপোনালোকৰ ধৈৰ্য নোহোৱা কিয় হৈছে। আপোনালোকে অতিথি মাতি আনি অসন্মান নকৰিব। আপোনাৰ শুনিবৰ মন নাই গুচি যাব পাৰে কিন্তু এনেদৰে অসন্মান নকৰিব।'

Category