বিবাহ পাশত আৱদ্ধ দুই বিশ্ব সুন্দৰী, পিছে কোন এই দুগৰাকী সুন্দৰী?

Miss Argentina And Miss Puerto Rico Wedding

বিবাশ পাশত আৱদ্ধ হ'ল মিছ আৰ্জেন্টিনা মেৰিয়ানা ভেৰেলা আৰু মিছ পুৱেৰট' ৰিক' ফেবিয়লা ভেলেন্টিন।

Marriage

২৮ অক্টোবৰত সম্পন্ন হ'ল সুন্দৰী দুগৰাকীৰ বিবাহ।

LGBTQ Wedding

সামাজিক মাধ্যমত এটি সুন্দৰ ভিডিঅ'ৰ সৈতে প্ৰচাৰ কৰিলে এই খবৰ। 

 

 

Category
Profile picture for user UB Photos