পৰঠা প্ৰেমীসকলৰ বাবে দুখবৰ। এতিয়াৰে পৰা পৰঠা খালে আপুনি ভৰিব লাগিব GST!

GST

আপুনিও পৰঠা খায় ভাল পায় নেকি? যদি ভাল পায় তেন্তে আপোনাৰ বাবে আছে এটা দুখবৰ। এতিয়াৰে পৰা পৰঠা খালে আপুনি ভৰিব লাগিব ১৮ শতাংশ GST। দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা মুল্যবৃদ্ধিৰ মাজতে আকৌ এবাৰ জনসাধাৰণৰ মূৰত মাধমাৰ শোধায় চৰকাৰে। পৰঠাত ১৮ শতাংশ GST আৰোপ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে জনসাধাৰণৰ মাজত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ।

পৰাঠাৰ ওপৰত GST আচলতে গুজৰাটৰ এপিলেত অথৰিটি ফৰ এডভান্স ৰুলিং (Gujarat’s Appellate Authority for Advance Ruling)য়ে ৰেডি টু কুক অৰ্থাৎফ্ৰজেন পৰঠাৰ ওপৰত ১৮ শতাংশ GST আৰোপ কৰিবলৈ আবেদন কৰে। পৰঠাৰ সমান্তৰালকৈ একে সময়তে ৰুটিৰ ওপৰতো ৫ শতাংশ GST আৰোপ কৰিবলৈ আবেদন কৰে আহমেদাবাদস্থিত কোম্পানী বাদিলাল ইণ্ডাষ্ট্ৰীজে। আবেদনৰ পিছতে কৰ বঢ়োৱাৰ সিদ্ধান্ত লয় গুজৰাট চৰকাৰে। পিছে এই নিয়ম কেৱল মাত্ৰ গুজৰাটবাসীৰ বাবেহে। এতিয়াৰে পৰা গুজৰাটবাসীয়ে ফ্ৰজেন পৰঠা আৰু ৰুটি ক্ৰয় কৰিলে GST ভৰিব লাগিব।

 

আনহাতে,GSTৰ এই খবৰ পোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট যোগে মন্তব্য কৰি কয় যে, ‘খোৱা খাদ্যৰ ওপৰত ইংৰাজেও কৰ লগোৱা নাছিল।

Category
Profile picture for user UB Photos