পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ SI জোনমণি ৰাভাক!

SI Joonmani Rabha

SI জোনমণি ৰাভাক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ।

তৃতীয়বাৰৰ বাবে জোনমণি ৰাভাক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ।

আজি ভিডিঅ' কন্ফাৰেঞ্চ যোগে চলিল কাৰাগাৰত থকা জোনমণি ৰাভাৰ বিচাৰ। পৰৱৰ্তী জুলাই মাহৰ ১২ তাৰিখে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব SI জোনমণিক।

বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া গৰাকী।

Category