জনপ্ৰিয় কণ্ঠ শিল্পী দীক্ষু শৰ্মা চিকিৎসালয়ত ভৰ্তি।
জ্বৰ ,পেটৰ বিষ আৰু বমিত আক্ৰান্ত শিল্পী গৰাকী।
যোৱা দুদিন পূৰ্বে হেলঠ চিটি চিকিৎসালয়ত ভৰ্তি হৈছিল শিল্পী পৰাকী।
ডঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পী গৰাকীৰ।
শিল্পী গৰাকী বৰ্তমান সুস্থ। অতি সোনকালে ঘৰলৈ যাব পাৰিব শিল্পী গৰাকী।
এই কথা সদৰী কৰিলে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই।
Category
- Log in to post comments