ভাৰত-ভূটান সীমান্তত গুলীয়াগুলী! আৰক্ষী আৰু গো-মাফিয়াৰ মাজত সংঘৰ্ষ…

cow mafia

◾গোসাঁইগাঁৱৰ ভাৰত-ভূটান সীমান্তত গুলীয়াগুলী।

◾আৰক্ষী আৰু গো-মাফিয়াৰ মাজত সংঘৰ্ষ।

◾সংঘৰ্ষত নিহত বহিঃৰাজ্যৰ দুই গো-মাফিয়া।

◾নিহত উত্তৰ প্ৰদেশৰ আকবৰ বানজাৰা, ছলমান বানজাৰা।

◾নিশা আৰক্ষীয়ে চলাইছিল অভিযান।

◾অভিযান কালতে আৰক্ষীক আক্ৰমণ কৰে দুৰ্বৃত্তই।

◾আৰক্ষীৰ প্ৰত্যুত্তৰত নিহত দুই গো-মাফিয়া।

◾ঘটনাত আহত ৪ আৰক্ষী, ধ্বংস আৰক্ষীৰ এখন বাহন।

◾কেইদিনমান পূৰ্বে মেৰুটৰ পৰা গ্ৰেপ্তাৰ হৈছিল দুই মাফিয়া।

Category
Profile picture for user UB Photos