ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ! এইবাৰ শিশু অপহৰণকাৰীৰ ওপৰত আৰক্ষীৰ গুলি

Police Encounter

◾গোৱালপাৰাতআৰক্ষীৰএনকাউণ্টাৰ

◾অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

◾আহত দুৰ্ধৰ্ষ অপৰাধী আব্দুৰ ৰহমান ওৰফে ৰিংকু

◾পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা আৰক্ষীৰ

◾ডকাইতি, হত্যা, অপহৰণৰ সৈতে জড়িত আব্দুৰ

◾দুয়োখন ভৰিত গুলী লাগি আহত আব্দুৰ

◾গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি আব্দুৰক

◾কিছুদিন পূৰ্বে আব্দুৰে অপহৰণ কৰিছিল এটি শিশুক

◾মুক্তি পণ হিচাপে দাবী কৰিছিল ৫ লাখ টকা

◾৩ লাখ টকা আগধন হিচাপে আদায় লৈছিল আব্দুৰে

Category
Profile picture for user UB Photos