নিৰ্মীয়মাণ দলঙৰ পৰা খহি পৰিল লন্সাৰ মেচিন, কথমপি প্ৰাণ ৰক্ষা শ্ৰমিকৰ…

north guwahati

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নিৰ্মিত দলঙত অঘটন।নিৰ্মাণৰত দলঙৰ পৰা খহি পৰিল ৰেলিং লন্সাৰ মেচিন।

new bridge

নিৰ্মীয়মাণ দলঙৰ ১৪ নম্বৰ খুঁটাত এই অঘটন।

bridge

শুকুৰবাৰে নিশাৰ ভাগত অহা বতাহ-বৰষুণৰ ফলত ভাগি পৰে দলঙৰ একাংশ। বহু দূৰৈত ছিটিকি পৰে ডিজিটেল ইনভাৰ্টাৰ। এছ পি ছিঙলা নামৰ প্ৰতিষ্ঠানটোৱে কাম কৰিছিল দলঙৰ। দুৰ্ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা ২০জন শ্ৰমিকৰ।

Category
Profile picture for user UB Photos