মহানগৰীৰ ৩৭ তম  ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চাৰিচকীয়া বাহন

road accident

◼ মহানগৰীৰ ৩৭ তম  ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চাৰিচকীয়া বাহন ।

◼ ISBTৰ সমীপৰ কটাবাৰীত সংগঠিত হয় এই ঘটনা ।

◼ তীব্ৰবেগী AS 01 DL 2911 নম্বৰৰ বাহনখনৰ চালকৰ কথমপী প্ৰাণ ৰক্ষা । 

◼ খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী আহি আছিল বাহনখন ।

Category
Profile picture for user UB Photos