🟥 পুনৰ ৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল জাপান
🟥 একে লেথাৰিয়ে ২টা ভূমিকম্পই জোঁকাৰি গ’ল টকিঅ’ সহ জাপানৰ আন বহুকেইখন ৰাজ্য
🟥 দ্বিতীয়টো ভূলিকম্পৰ প্ৰাৱল্য আছিল ৬.১
🟥 বৰ্তমানলৈকে ২ জন নিহত আৰু ৯০ জন আহত হৈছে বুলি জানিব পৰা গৈছে।
🟥 ভূমিকম্পৰ পাছতে জাৰী কৰা হৈছিল ছুনামিৰ সতৰ্কতা, যদিও বৰ্তমান সেই সতৰ্কতা উঠাই লোৱা হৈছে।
Category
- Log in to post comments