◾ ভাৰতৰ ইতিহাসত নজিৰবিহীন শাস্তি ঘোষণা
◾ আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰৰ ৰায়দান
◾ ৪৯ জনৰ শাস্তি ঘোষণা গুজৰাট বিশেষ আদালতৰ
◾ ৩৮ জনক ফাঁচীৰ নিৰ্দেশ আদালতৰ
◾ ১১ জন অপৰাধীক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড
◾ ২০০৮ ৰ ২৬ জুলাইত সংঘটিত হৈছিল বিস্ফোৰণ
◾ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৫৬ জনে
◾ আহত হৈছিল দুই শতাধিক লোক
Category
- Log in to post comments