মহানগৰীত দিনদুপৰতে চাঞ্চল্যকৰ ডকাইতি! মহিলাৰ পৰা কাঢ়ি নিলে ৫ লাখ টকা…

Robbery

◾ গুৱাহাটী মহানগৰীত দিনদুপৰতে চাঞ্চল্যকৰ ডকাইতি

◾ ৰাজপথত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৫ লাখ টকা

◾ পাথৰকোৱেৰীৰ মেগজিনত সংঘটিত এই ঘটনা

◾ বাইকত অহা দুৰ্বৃত্তই কাঢ়ি লৈ যায় টকাখিনি

◾ ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ

◾ এজাহাৰ দাখিল ভুক্তভোগী জয়া ৰাজখোৱাৰ

◾ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ

Category
Profile picture for user UB Photos